Home » News & Politics » কটনৰ বন্ধু। বহুদিনৰ পিছত কটনৰ আপোন বন্ধুজনক লগ পালে অতি মেধাৱী, উচ্চ শিক্ষিত প্ৰশান্ত বৰঠাকুৰে।

কটনৰ বন্ধু। বহুদিনৰ পিছত কটনৰ আপোন বন্ধুজনক লগ পালে অতি মেধাৱী, উচ্চ শিক্ষিত প্ৰশান্ত বৰঠাকুৰে।

Written By TIME8 News on Thursday, Jul 06, 2023 | 03:43 AM

 
কটনৰ বন্ধু। বহুদিনৰ পিছত কটনৰ আপোন বন্ধুজনক লগ পালে অতি মেধাৱী, উচ্চ শিক্ষিত প্ৰশান্ত বৰঠাকুৰে। সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত হ'ল জহি-খহি যোৱা গোহালি সদৃশ বন্ধুৰ ঘৰত। এক আৱেগিক মুহূৰ্ত। কটনৰ সেই দিনবোৰ ৰোমন্থন হ'ল দুই বন্ধুৰ মাজত। ইংৰাজীতে কৈ গ'ল স্মৃতিবোৰ। দেৰগাঁও বৰুৱা বামুনগাঁৱত দুই কটনৰ বন্ধুৰ মহামিলন।