Home » Entertainment » Bauli Fagun || Ep - 46 || 22/04/2023 ||

Bauli Fagun || Ep - 46 || 22/04/2023 ||

Written By Rengoni TV on Saturday, Apr 22, 2023 | 01:30 PM

 
ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে । Follow Rengoni TV :- Facebook: https://www.facebook.com/rengonitv Youtube: https://www.youtube.com/user/RengoniTV Instagram: https://www.instagram.com/rengoni.tv/ Website: https://rengonitv.com/ #RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo