Home » News & Politics » হিমন্ত বিশ্ব শৰ্মাতকৈ বদমাছ মুখ্যমন্ত্ৰী বিশ্বতেই নাই বুলি তীব্ৰ সমালোচনা অখিল গগৈৰ।

হিমন্ত বিশ্ব শৰ্মাতকৈ বদমাছ মুখ্যমন্ত্ৰী বিশ্বতেই নাই বুলি তীব্ৰ সমালোচনা অখিল গগৈৰ।

Written By TIME8 News on Saturday, Aug 20, 2022 | 08:23 AM

 
বিজেপি চৰকাৰৰ মাধ্যম সলোৱাৰ সিদ্ধান্তক অদ্ভুত পাগলামী আখ্যা অকিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাতকৈ বদমাছ মুখ্যমন্ত্ৰী বিশ্বতেই নাই বুলি তীব্ৰ সমালোচনা অখিল গগৈৰ।