Home » People & Blogs » কলা কচু আৰু কুকুৰা মাংস, kola kasu aru kukura, Assamese Taro and chicken,

কলা কচু আৰু কুকুৰা মাংস, kola kasu aru kukura, Assamese Taro and chicken,

Written By NEI ASSAM on Saturday, Jul 06, 2019 | 05:18 AM

 
অসমীয়া খাদ্যৰ সোৱাদ এটা সুকিয়া চিনাকি আছে। আজি ৰেচিপিটো কলা কচু আৰু কুকুৰা মাংস, এই দুই বিধ খাদ্য অসমত সহজলভ্য । মই আজি এই দুই বিধৰে এটা সহজ আৰু সোৱাদ লগা ৰেচিপি বনালো, কলা কচু মই নতুনকৈ কব একো নাই ই এবিধ পুৰণি খাদ্য কলা কচুৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিব পাৰি। মই কচুৰে কেইবাটাও ৰেচিপি বনাইছো আৰু ৰেচিপি কেইটা দৰ্শকে যথেষ্ট সঁহাৰি দিছে। আপোনালোকে নিশ্চয় চাব আৰু এনেকুৱা ৰেচিপি সদাই চাবলৈ চেনেলটো subscribe কৰিব পাৰে। ধন্যবাদ। এটিয়া আহো ৰেচিপিটোত প্ৰয়োজন হোৱা সামগ্ৰী বোৰৰ সূচী--- কুকুৰা চৰাই Assamese chicken কলা কচু Taro বিলাহী tomato আলু potato নহৰু garlic আদা পিয়াজ onion তেছপাত bay leaf জীৰা Jira জালুক black pepper নিমখ salt হালধি turmeric মাত্ৰ এইখিনি প্ৰয়োজন হ'ব। #NEI_ASSAM #Assamese_food বিজ্ঞাপন--- চৰকাৰী আৰু বাতৰি খবৰ www.dailyassam.com